কুইজ

©Admin
0
১/ বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল?
উত্তৰ = কুমাৰ ভাস্কৰ বৰ্মন।

২/ কোচ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল?
উত্তৰ = নৰনাৰায়ণ। 

৩/ মুছলমানে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল?
উত্তৰ = ১২০৬ চনত।

৪/ মুছলমানৰ শেষ আক্ৰমণ কাৰ দিনত হৈছিল?
উত্তৰ =গদাধৰ সিংহৰ দিনত। 

৫/ 'অসমৰ মানচেষ্টাৰ' বুলি কোনখন ঠাইক কোৱা হয়?
উত্তৰ = শুৱালকুছিক।

৬/ মহিলা পৰিচালকৰ পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰ?
উত্তৰ = নয়নমণি।

৭/ প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ?
উত্তৰ = অবুজ বেদনা।

৮/ অসমত প্ৰথম যাদুঘৰ কিমান চনত স্থাপিত হৈছিল?
উত্তৰ = ১৯৪০ চনত। 

৯/ অভিনেতা ইন্দ্ৰ বণিয়াই অভিনয় কৰা প্ৰথম ছবিখনৰ নাম কি?
উত্তৰ = খোজ ( ১৯৭৫ )।

১০/ তপন দাসে অভিনয় কৰা প্ৰথম ছবিখনৰ নাম কি?
উত্তৰ = সেন্দুৰ ( ১৯৮৪ )।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)