১/ অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল?
উত্তৰ = যুগল দাস।
২/ 'আৱাহন'ৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ = দীননাথ শৰ্মা।
৩/ অসমীয়া সাহিত্যত ৰোমাণ্টিক যুগৰ আৰম্ভণি কেতিয়াৰ পৰা হয়?
উত্তৰ = 'জোনাকী' কাকত ওলোৱাৰ পৰা।
৪/ অসমৰ প্ৰথম শিশু আলোচনীৰ নাম কি?
উত্তৰ = ল'ৰাবন্ধু।
৫/ প্ৰথম অসমীয়া কথা-কবিতাৰ ৰচক কোন?
উত্তৰ = যতীন্দ্ৰ নাথ দুৱৰা।
৬/ অসমৰ প্ৰথম চনেট কবি কোন আছিল?
উত্তৰ = হেমচন্দ্ৰ গোস্বামী।
৭/ অসমৰ প্ৰথম মহিলা আলোচনীখনৰ নাম কি?
উত্তৰ = ঘৰ- জেউতি।
৮/ অসমৰ সাহিত্যৰথী কোন?
উত্তৰ = লক্ষ্মীনাথ বেজবৰুৱা।
৯/ প্ৰথম অসমীয়া ৰঙীন ছবি কি?
উত্তৰ = ভাইটি ( ১৯৭২ )
১০/ 'জয়মতী' কথাছবিৰ গদাপাণিৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল?
উত্তৰ = ফুনু বৰুৱা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ