১) কোনখন দেশৰ জাতীয় পতাকাত ড্ৰেগনৰ ছবি আছে?
উত্তৰ: ভূটান।
২) গাখীৰক দৈ লৈ ৰূপান্তৰিত কৰা কিহে সহায় কৰে?
উত্তৰ: লেক্টবেচিলাছ।
৩) ৰবীন্দ্ৰনাথ ঠাকুৰে কোনখন গ্ৰন্থৰ বাবে ন'বেল বটা লাভ কৰিছিল?
উত্তৰ: গীতাঞ্জলি।
৪) যুদ্ধৰ সময়ত ভাৰতীয় সামৰিক বাহিনীৰ সৰ্বোচ্চ বীৰত্ব বটা কি?
উত্তৰ: পৰমবীৰ চক্ৰ।
৫) আমাজন বৰ্ষাৰণ্য কোনখন মহাদেশত অৱস্থিত?
উত্তৰ: দক্ষিণ আমেৰিকা।
৬) হৰি-হৰ আৰু বুক্ক ৰায়াই কোনখন সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ: বিজয়নগৰ।
৭) সপ্তকাণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল?
উত্তৰ: মাধৱ কন্দলি।
৮) ইণ্ডোনেছিয়া মূদ্ৰা কি?
উত্তৰ: ৰুপিয়া।
৯) ডেভিছ কাপ কি খেলৰ লগত জড়িত?
উত্তৰ: টেবুল টেনিছ।
১০) কৰিম কিম্বা মৰিম কোনখন আন্দোলনৰ লগত জড়িত?
উত্তৰ: ভাৰত ত্যাগ আন্দোলন।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ