অসমীয়া সাধাৰণ জ্ঞান

©Admin
0
১/ কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধান খেতি কৰিছিল?
উত্তৰ = বড়ো।

২/ অসমৰ 'খাজুৰাহো' বুলি পৰিচিত মন্দিৰটোৰ নাম কি?
উত্তৰ = মদন কামদেৱ। 

৩/ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত প্ৰথম অসমীয়া গৰাকীৰ নাম কি?
উত্তৰ = ড৹ ফকৰুদ্দিন আলি আহমেদ। 

৪/ অসমত ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা কোন আছিল?
উত্তৰ = শ্ৰীমন্ত শঙ্কৰদেৱ। 

৫/ কোনটো মন্দিৰত 'অম্বুবাচী' মেলা অনুষ্ঠিত কৰা হয়?
উত্তৰ = কামাখ্যা মন্দিৰ। 

৬/ 'বৰদলৈ দলৈ' কোনবিধ খেলৰ লগত জড়িত?
উত্তৰ = ফুটবল। 

৭/ অসমৰ একমাত্ৰ 'ষ্টক এক্সেঞ্জ ' টো ক'ত আছে?
উত্তৰ = গুৱাহাটীত। 

৮/ অসমৰ জাতীয় উৎসৱ কি?
উত্তৰ = বিহু। 

৯/ অসমৰ ক্ষুদ্ৰতম জিলাখনৰ নাম কি?
উত্তৰ = হাইলাকান্দি।

১০/ অসমৰ কোনখন পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত?
উত্তৰ = নীলাচল পাহাৰত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)