স্তৱক-ৰাতুল চেতিয়া ফুকন

©Admin
0
কাগজৰ নাও
মোৰ শৈশৱ তাতেই বিচাৰি পাওঁ।
তেতিয়া বনাবলৈ নাও
কাগজ হে বিচাৰি নাপাওঁ।
এতিয়া কাগজৰ মাজতে থাকোঁ
শৈশৱহে বিচাৰি নাপাওঁ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)