উত্তৰ = লুইতৰ পাৰৰ অগ্নিসুৰ।
২/ কাক অসমীয়া ব্যাস বুলি কোৱা হয়?
উত্তৰ = ৰাম সৰস্বতী।
৩/ 'জোনাকী'ৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ = চন্দ্ৰকুমাৰ আগৰৱালা।
৪/ প্ৰথম অসমীয়া নাটক খনৰ নাম কি?
উত্তৰ = চিহ্নযাত্ৰা।
৫/ হাতীদাঁতৰ বস্তু তৈয়াৰ কৰা ঠাইখনৰ নাম কি?
উত্তৰ = বৰপেটা।
৬/ বাংলা কথাছবিৰ অসমীয়া পৰিচালকজন কোন?
উত্তৰ = প্ৰথমেশ বৰুৱা।
৭/ অসমৰ প্ৰথম যাদুঘৰ কিমান চনত স্থাপিত হৈছিল?
উত্তৰ = ১৯৪০ চনত।
৮/ আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল?
উত্তৰ = চৰাইদেউ।
৯/ অসমলৈ মানসকলক কোনে আনিছিল?
উত্তৰ = বদন বৰফুকনে।
১০/ সৰ্বপ্ৰথম অসমীয়া ডি.লিট. কোন?
উত্তৰ = সূৰ্য কুমাৰ ভূঞা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ