উত্তৰ : ৫৬,০০০ বৰ্গ কিলোমিটাৰ ৷
( ২) বৰাক সমতলৰ মুঠ মাটিকালি কিমান ?
উত্তৰ : ৬,৯৬২ বৰ্গ কিলোমিটাৰ।
(৩) ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহে পৃথক কৰিছে?
উত্তৰ : বৰাইল পাহাৰে ৷
(৪) অসমৰ আটাইতকৈ সৰ্ববৃহৎ জিলাখনৰ নাম কি ?
উত্তৰ : কাৰ্বি আলং ৷
(৫) অসমৰ আটাইতকৈ ক্ষুদ্ৰতম জিলাখনৰ নাম কি ?
উত্তৰ : হাইলাকান্দি ৷
(৬) অসমৰ দুখন ডাঙৰ নদীৰ নাম কি ?
উত্তৰ : ব্ৰহ্মপুত্ৰ আৰু বৰাক ৷
(৭) ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান ?
উত্তৰ : ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য হৈছে ২৮৮০ ৷ ইয়াৰে অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হল প্ৰায় ৭২৫ কিঃমিঃ।
(৮) বৰাক নদীৰ মুঠ দৈৰ্ঘ্য কিমান ?
উত্তৰ : প্ৰায় ৯০০ কিঃ মিঃ ৷
(৯) ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ খনৰ নাম কি ?
উত্তৰ : সোৱনশিৰি।
(১০) বৰাক নৈৰ কিমানখন উপনৈ আছে ?
উত্তৰ : ২৭ খন ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ