উত্তৰ = নলিনীবালা দেৱী ।
২/ অসমত সৈনিক স্কুল কোন ঠাইত আছে?
উত্তৰ = গোৱালপাৰা।
৩/ অসম কেশৰী বুলি কাক জনা যায়?
উত্তৰ = অম্বিকাগিৰি ৰায়চৌধুৰী।
৪/ দেশভক্ত বুলি কাক জনা যায়?
উত্তৰ = তৰুণৰাম ফুকন।
৫/ অসমৰ সংগীত সূর্য কোন আছিল?
উত্তৰ = ড৹ ভূপেন হাজৰিকা।
৬/ অসমত প্ৰথম কুইজ প্ৰতিযোগিতা ক'ত আৰু কিমান চনত হৈছিল?
উত্তৰ = ১৯৬৫ চনৰ কটন কলেজত।
৭/ অসমত প্ৰথম গ্ৰন্থমেলা কোন ঠাইত হৈছিল?
উত্তৰ = নগাঁও।
৮/ ঢোলৰ যাদুকৰ বুলি কোনজন ব্যক্তিক জনা যায়?
উত্তৰ = মঘাই ওজা।
৯/ প্ৰতিমাৰ খনিকৰ বুলি কোনজন ব্যক্তিক জনা যায়?
উত্তৰ = চন্দ্ৰকুমাৰ আগৰৱালা।
১০/ বনফুলৰ কবি বুলি কাক জনা যায়?
উত্তৰ = যতীন্দ্ৰ নাথ দুৱৰা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ