প্ৰেম মালিতা — সানিধ্য শইকীয়া

©Admin
0
মই  লিখা আনুগত্য,,
যদি তুমি পঢ়িলা হয়,,
প্ৰেমৰ কিতাপখনৰ প্ৰতিটো পৃষ্ঠাতে,,
তোমাৰ বিশুদ্ধতা লিখা আছিল,,
লগতে লিখা আছিল যে,,
পাৰিলে মোক পাহৰি যাবা,,
কিন্তু মোক শব্দ কথাৰে স্মৰণ কৰা হ’ব,,
এইটোও লিখা আছিল,,
আৰু তোমাৰ আৰু মোৰ মাজত,,
যি দূৰত্ব গঢ় লৈ উঠিছে,,
সেয়া মচি পেলাই আকৌ এক হওঁ,,
মই এইখিনি লিখিছিলোঁ,,
তেওঁ আঁতৰি থাকিবলৈ পৰামৰ্শও লিখিছিল,,
লগতে প্ৰেমৰ বিষয়েও লিখিছিল,,
মুকলিকৈ শব্দত স্পষ্ট পথও লিখিছিল,,
মোক হৃদয়েৰে মনত পেলোৱাৰ বাবে ধন্যবাদো লিখিছিল,,
আকৌ লগতে লিখিছিল যে,,
হৃদয়ৰ পৰা হৃদয়লৈ কিমান দূৰত্ব আছিল।।




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)