দৈনিক অসমীয়া সাধাৰণ জ্ঞান কুইজ

©Admin
0
১/ ড৹ ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা প্ৰথম বঙালী কথাছবিখনৰ নাম কি?
উত্তৰ = মাহুত বন্ধু ৰে।

২/ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত কিহে পৃথক কৰিছে?
উত্তৰ = বৰাইল পাহাৰে।

৩/ অসমত দিয়া চলাইৰ কাৰখানা ক'ত অৱস্থিত?
উত্তৰ = ধুবুৰী।

৪/ অসমৰ কোন খন ঠাইত কয়লা চালিত তাপ- বিদ্যুৎ শক্তি কেন্দ্ৰ আছে?
উত্তৰ = বঙাইগাঁও। 

৫/ অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰ খনৰ নাম কি?
উত্তৰ = বাংলাদেশ। 

৬/ অসমৰ কোন খন ঠাইত সমুদ্ৰৰ বালিচৰ পৰি হোৱা লেখা পুখুৰী অৱস্থিত?
উত্তৰ = চান্দডুবি।

৭/ অসমৰ কোন খন ঠাইত বিলাতী মাটিৰ কাৰখানা অৱস্থিত?
উত্তৰ = বোকাজান। 

৮/ নৰকাসুৰ পুত্ৰৰ নাম কি আছিল?
উত্তৰ = ভগদত্ত। 

৯/হৰি- হৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল?
উত্তৰ = শ্ৰীকৃষ্ণ আৰু শিৱৰ মাজত।

১০/ বৰ্তমান কুণ্ডিল নগৰ ক'ত অৱস্থিত?
উত্তৰ = শদিয়াত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)