কুইজ - সাধাৰণ জ্ঞান

©Admin
0
১/ অসমৰ চৰকাৰী ভাষা কি?
উত্তৰ = অসমীয়া।

২/ অসমীয়া মানুহৰ প্ৰধান খাদ্য কি?
উত্তৰ = ভাত।

৩/ অসমৰ জনবহুল মহানগৰী কোন খন?
উত্তৰ = গুৱাহাটী।

৪/ ব্ৰহ্মপুত্ৰ নৈৰ শেষ স্থান ক'ত?
উত্তৰ = বঙ্গোপসাগৰ।

৫/ অসমত মৰাপাটৰ কাৰখানা ক'ত আছে?
উত্তৰ = শিলঘাটত।

৬/ অসমৰ কোন ঠাইত তাৰকাগৃহ আছে?
উত্তৰ = গুৱাহাটীত।

৭/ কটন কলেজ কোন চনত স্থাপন হৈছিল?
উত্তৰ = ১৯০১ চনত।

৮/ অসমৰ  একমাত্ৰ কেন্সাৰ চিকিৎসালয় খন কোন  ঠাইত অৱস্থিত?
উত্তৰ = গোপীনাথ  নগৰ, গুৱাহাটী।

৯/অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ  আছে?
উত্তৰ =ডেৰগাঁও।

১০/পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহৎ চাহ নিলাম  কেন্দ্ৰটো ক'ত আছে?
উত্তৰ = গুৱাহাটীত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)