উত্তৰ = জিভা।
২/ এডাল ইকৰা ঘন ঘন গাঁঠি, সাগৰতে পেলালে ময়ূৰ যেন পাখি?
উত্তৰ = জাল।
৩/ জন্ম অৱতাৰে মূৰত টুপী, কৃষ্ণ অৱতাৰে ভুলাই গোপী, ৰাম অৱতাৰে ৰাৱন বধে, সেই তৰকাৰি ঘৰে ঘৰে?
উত্তৰ = বাঁহ গছ।
৪/ ছয় চৰণ, কৃষ্ণ বৰণ, আধা চিঙিলেই নাই মৰণ?
উত্তৰ = পৰুৱা।
৫/ পাত আছে ডাল নাই, কথা আছে মাত নাই?
উত্তৰ = কিতাপ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ