মানৱতা••ধৰণী চেতিয়া

@admin
0
ভাইহঁত ঐ,___
আজিকালি মানৱতা বুলি কোৱা বস্তুটো নোহোৱাই হ'ল নেকি,,,,?

ভাইহঁত ঐ,___
আমি একে তেজ মঙহৰেই মানু্হ
আমাৰ মাজতনো কিহৰ বৰ্ণ বিদ্বেষ 
নিজৰ মাজতেই মিল নাই ।

ভাইহঁত ঐ,___
আজিকালি সমাজখন মানৱতাহীন,দুৰ্নীতি পৰায়ণ,স্বাৰ্থলোভি।

ভাইহঁত ঐ,___
আজিকালি সমাজখন এনেকুৱাই 
দুৰ্নিবাৰ,সমাজখন ৰসাতলে গ'ল ।

শ্ৰীমদভাগৱৎ পুৰাণ সদৃশ
 কলিৰ মলমতি মনুষ্য 
নিজৰ সন্তানৰ প্ৰতি সদায় আসক্ত,
সংসাৰখন মায়া-মোহেৰে আৱৰা,
সত্য যুগত মায়া-মোহ নাছিল যদিও 
দ্বাপৰত মায়া-মোহেৰে আকৃষ্ট।।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)