চিৰদিন থাকিবা, মোৰ হৃদয়ৰ পন্থাত,
মোৰ সপোনৰ বাঁটত তুমি
শান্তিৰ আগমনী, সপোনৰ সৰস্বতী।
নিশা বিৰহৰ কাষত চিৰকাল,
অন্তৰঙ্গ ৰাতি সাৰথি,
তুমি শুনা তোমাৰ সুৰৰ মধুৰতা,
নিশাৰ নিস্তব্ধৰ সংগী।
প্ৰেমৰ জোনাক স'তে মনৰ কথাৰে,
নিশাৰ সপোন হ'ব নতুন পঁজাৰে।
মই যেতিয়া চাওঁ চন্দ্ৰৰ পোহৰত,
ৰাতিৰ আকাশে যেন গীত গায় নিঃশব্দত।
তোমাৰ নিঃশব্দ পোহৰে মনৰ
গুঞ্জৰিত লুকাই থাকে মৰমৰ বীণা ,
সেই গানৰ সুৰত, মোৰ সপোনবোৰে নাচে,
তোমাৰ জোনাকৰ সান্নিধ্যত।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ