যোৱা ৰাতি
সপোনত আহি কৈছিল,,
যে মোৰ সময়
শেষ হৈছে ধৰণীত,,
যাবগৈ লাগিব হেনো স্বর্গপুৰীত।
পৰীৰ বাতৰি শুনি হৈছিলো আবেগিক,
কিয়নো সকলো যে
আছে মোৰ এই পৃথিৱীত,,
যাবতো লাগিবই
সকলো এৰি
মই যে নহওঁ...
অমৰ এই মাতৃভূমিত।
✍️কংকন ডেকা
বৰুৱাজানী, কামৰূপ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ