১/ ফুটবল খেল পৰিচালনা কৰা বিশ্বৰ সৰ্বোচ্চ প্ৰতিষ্ঠানটোৰ নাম কি?
উত্তৰ = ফিফা।
২/ হকী যাদুকৰ কোন?
উত্তৰ = ধ্যানচান্দ।
৩/ দিলীপ ট্ৰফী কি খেলৰ বঁটা?
উত্তৰ = ক্ৰিকেট খেল।
৪/ ভাৰতে কেতিয়া অলিম্পিকত যোগদান কৰে?
উত্তৰ = ১৯২৪ চনত পেৰিছ অলিম্পিকত।
৫/ কোন দেশত বেডমিণ্টন খেলৰ জন্ম হৈছিল?
উত্তৰ = ভাৰতৰ পুনে চহৰত।
৬/ ৩৩ তম ৰাষ্ট্ৰীয় মেছকেট ( শুভংকৰ) নাম কি?
উত্তৰ = ৰংমন।
৭/ টেবুল টেনিছ বলৰ ওজন কিমান?
উত্তৰ = ৩৭.৯ গ্ৰেন।
৮/ ফুটবল খেলৰ পৰিচালকক কি বোলে?
উত্তৰ = ৰেফাৰী।
৯/ প্ৰথম অৰ্জ্জুন বঁটা বিজয়ী ক্ৰিকেট খেলুৱৈজন কোন?
উত্তৰ = চেলিম দুৰাণী।
১০/ এচিয়ান গেমচ্ ত স্বৰ্ণপদক লাভ কৰা অৰ্জ্জুন বঁটা বিজয়ী অসমীয়া খেলুৱৈজনৰ নাম কি?
উত্তৰ = ভোগেশ্বৰ বৰুৱা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ