মানৱ নদী -মঃ ৰাশিদুল ইছলাম

©Admin
0
মানৱ নদীত যৌৱনৰ  জ্বোৱাৰ।
যৌৱনে আনিলে ধুমুহা।।
মানৱ নদীত যৌৱনৰ  জ্বোৱাৰ।
যৌৱনে দিলে আশাৰ বতৰা।।
মানৱ নদীত যৌৱনৰ ঢৌ।
যৌৱনে আনিলে প্ৰেম।।
মানৱ নদীত যৌৱনৰ ধুমুহা।
যৌৱন এক সেউজীয়া ঘাট।।
মানৱ নদীত মৰমৰ ঢৌ।
মানৱ নদীত যৌৱনৰ হেঁপাহ।
যৌৱনে দিলে নতুন আশা।।
যৌৱন ঢৌ মাৰে খুন্দা হৃদয়ৰ পাৰে পাৰে।
যৌৱনৰ কুমল বতাহে হৃদয় শীতল কৰিছে।।
মানৱ নদীত যৌৱনৰ ধুমুহা।
যৌৱন এক আকৰ্ষণৰ প্ৰত্তিক।
যৌৱনে মানৱক আকৰ্ষণ কৰিব পাৰে।
যৌৱন এক  মৰমৰ সোঁত।।
মানৱ নদীৰ  সোঁতে খুন্দা মাৰি কলিজাৰ পাৰ ভাঙে।
মানৱ নদীত যৌৱনৰ জোৱাৰ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)