কুইজ

©Admin
0
১/ অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ = ১৯১৭ চনত। 

২/ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি জনৰ  নাম কি?
উত্তৰ = পদ্মনাথ গোহাঞিবৰুৱা।

৩/ অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক জনৰ নাম কি?
উত্তৰ = শৰৎ চন্দ্ৰ গোস্বামী।

৪/ অসমৰ জাতীয় সংগীত 'অ মোৰ আপোনাৰ দেশ '...ৰ সুৰকাৰ কোন আছিল?
উত্তৰ = কমলা প্ৰসাদ আগৰৱালা।

৫/ শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন কোন আছিল?
উত্তৰ = কীৰ্তিনাথ হাজৰিকা।

৬/ অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন কোন আছিল?
উত্তৰ = ড৹ ভৱেন্দ্ৰনাথ শইকীয়া।

৭/ অসমৰ প্ৰথম সংবাদ পত্ৰ তথা আলোচনীখনৰ নাম কি?
উত্তৰ = অৰুণোদয়।

৮/ অসমীয়া সাহিত্যৰ 'উপন্যাস সম্ৰাট' বুলি কাক জনা যায়?
উত্তৰ = ৰজনীকান্ত বৰদলৈ। 

৯/ প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি?
উত্তৰ = লক্ষ্মীনাথ বেজবৰুৱাৰ 'কন্যা' ।

১০/ প্ৰথম অসমীয়া সাপ্তাহিক আলোচনীখনৰ নাম কি?
উত্তৰ = নৱযুগ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)