কুইজ

©Admin
0
১/ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ = গোপীনাথ বৰদলৈ।

২/ অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
উত্তৰ = বসন্ত দাস। 

৩/ গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল?
উত্তৰ = ১৯৪৮ চনত। 

৪/ অসমত কিমান চনত ভাষা আন্দোলন হৈছিল?
উত্তৰ = ১৯৬০ চনত।

৫/ ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল?
উত্তৰ = ৰঞ্জিত বৰপূজাৰী।

৬/ অসম আন্দোলন কেতিয়া সংঘটিত হৈছিল?
উত্তৰ = ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ।

৭/ অসম আন্দোলন কাৰ নেতৃত্বত কৰা হৈছিল?
উত্তৰ = সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত। 

৮/ নেলীৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল?
উত্তৰ = ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত। 

৯/ অসম গণ পৰিষদ দল কেতিয়া গঠন হৈছিল?
উত্তৰ = ১৯৮৫ চনত। 

১০/ অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল?
উত্তৰ = প্ৰফুল্ল কুমাৰ মহন্ত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)