Home ৰাতুল চেতিয়া ফুকন আঘোণ••ৰাতুল চেতিয়া ফুকন আঘোণ••ৰাতুল চেতিয়া ফুকন person@admin November 20, 2024 0 share আঘোণৰ পথাৰখন এতিয়া এটা সোন বৰণীয়া কবিতা।আৰু হয়তু খেতিয়কৰ মুখত হাঁহি বিৰিঙাইভোগালীত ভোগৰ ভোগজৰা হৈবৈ অহা ভঁৰাল মুখি এখন নৈ ।মোৰ হেঁপাহ নপলায়চাই আছোঁ আলিমুৰত ৰৈ । Tags কবিতাৰাতুল চেতিয়া ফুকন Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ