Home ৰাতুল চেতিয়া ফুকন দহন ••ৰাতুল চেতিয়া ফুকন দহন ••ৰাতুল চেতিয়া ফুকন person@admin November 30, 2024 0 share বুকুত জ্বলা একুৰা জৈৱিক জুইত সিহঁত জ্বলে আৰু বহুতকে পোৰে ।নৈতিকতাৰ আদিপাঠ নপঢ়া প্ৰজন্মই সংস্কাৰ হীন সমাজৰ সুৰুঙা বিচাৰি মানৱতাৰ ইতিহাসত ক'লা ক'লা আখৰেৰে কলঙ্কৰ স্তম্ভ লেখে ।বুকুত জ্বলা একোৰা জৈৱিক জুইসিহঁত জ্বলে আৰু বহুতকে পোৰে। Tags কবিতাৰাতুল চেতিয়া ফুকন Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ