উত্তৰ = ১২২৮ খ্ৰীষ্টাব্দত।
২/ আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ = স্বৰ্গদেউ চাওলুং চুকাফাই।
৩/ আহোমৰ শেষৰ জন ৰজা কোন?
উত্তৰ = চন্দ্ৰকান্ত সিংহ।
৪/ আহোমসকলৰ কোনটো প্ৰথামতে বিয়া হয়?
উত্তৰ = চকলং।
৫/ ল'ৰাজনৰ প্ৰকৃত নাম কি?
উত্তৰ = চুলিকফা।
৬/ বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন?
উত্তৰ = ভাস্কৰ বৰ্মন।
৭/ 'দিহিঙীয়া ৰজা' বুলি কাক কোৱা হয়?
উত্তৰ = চুহুংমুং।
৮/ অসমৰ 'মৰিয়া' সকল কি ব্যৱসায়ৰ লগত জড়িত?
উত্তৰ = কাঁহৰ বাচন।
৯/ 'হস্তীবিদ্যাৰ্নৱ' পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰ = সুকুমাৰ বৰকাইথ।
১০/ কিমান চনত কনকলতা শ্বহীদ হৈছিল?
উত্তৰ = ১৯৪২ চনত।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ