উত্তৰ = ১৮৪৭ চনত।
২/ টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত কেতিয়া প্ৰচলিত হৈছিল?
উত্তৰ = ১৮৬৬ চনৰ পৰা।
৩/ অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়াৰ পৰা বলৱৎ কৰা হৈছিল?
উত্তৰ = ১৯৭৯ চনৰ পৰা।
৪/ অসমত কোন চনৰ পৰা মাটিৰ 'ম্যাদী প্ৰথা'ৰ প্ৰচলন আৰম্ভ হৈছিল?
উত্তৰ = ১৮৮৬ চনৰ পৰা।
৫/ আহোম সকলৰ শেষ কীৰ্তি স্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত?
উত্তৰ = বশিষ্ঠাশ্ৰমত।
৬/ অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথম গৰাকী মহিলা কোন আছিল?
উত্তৰ = শ্ৰীমতী পদ্ম কুমাৰী গোহাঁই।
৭/ স্বাধীনতাৰ পাছত বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
উত্তৰ = হৰেশ্বৰ গোস্বামী।
৮/ অসমৰ 'কুমাৰ ৰজা' বুলি পৰিচিত ব্যক্তিগৰাকী কোন?
উত্তৰ = ভাস্কৰ বৰ্মন।
৯/ অসমৰ প্ৰথম ব্ৰিটিছ ছীফ কমিছনাৰ কোন আছিল?
উত্তৰ = কলোনেল কীটিং।
১০/ 'আভ্যন্তৰীণ সীমা আইন' কেতিয়া কাৰ্যকৰী কৰা হয়?
উত্তৰ = ১৮৭৩ চনত।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ