আজি মই সাৰে থাকিম-ৰাতুল চেতিয়া ফুকন

©Admin
0
আজি মই ওৰে ৰাতি সাৰে থাকিম
কথা পাতিম অনুভৱৰ সতে
উজাগৰে ৰৈ,
কাষত সেই চিনাকি 
শব্দৰ মোনাটো লৈ ।
পূৱা হ'লেই উৰি যাব
অনুভৱৰ চৰাইজনী
সোনোৱালী পাখি মেলি লৈ ।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)