প্ৰেম আজি কৰিছে
দুৱাৰ দলিত আলিঙ্গন।
আহা তুমি সন্ধাৰাগিনী
প্ৰেমেৰে জুৰাও হিয়াখন।
এনেও মই যাযাবৰী
অয়াঙে দয়াঙে ফুৰিছোঁ ঘূৰি,
তোমাৰ সন্ধানতে
মোৰ সন্ধাৰাগিনী।
হিম শীতৰ সন্ধিয়া
ফৰকাল আকাশত জোনেও ৰিঙিয়াই,
তৰাবোৰে তোমাৰ
মোৰ কথাকে কয় যায়।
প্ৰেম এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰাই।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ