Home ৰাতুল চেতিয়া ফুকন মইয়েই-ৰাতুল চেতিয়া ফুকন মইয়েই-ৰাতুল চেতিয়া ফুকন person©Admin December 02, 2024 0 share মই বিপ্লৱী মই বিদ্ৰোহীমইয়েই পদাতিক অশ্বাৰোহী।কলম মোৰ তৰোৱাল শব্দ মোৰ হিলৈ বৰতোপ কৰো ৰণতঙ্কাৰ ।সত্য প্ৰতিষ্ঠাৰ কুৰুক্ষেত্ৰ অথবা অস্তিত্ব ৰক্ষাৰ শৰাইঘাট।সাজু মই সাজু সাৱধান সাৱধান।আহা মোৰ দেশৰ সেনানিসংস্কাৰৰ মন্ত্ৰ উচ্চাৰিপ্ৰতিবাদৰ ভাষাৰে সজাও সাহিত্যৰ ফুলনি । Tags কবিতাৰাতুল চেতিয়া ফুকন Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ