১/ কোনে পেনিচিলিন আৱিষ্কাৰ কৰিছিল?
উত্তৰ = আলেকজেণ্ডাৰ ফ্লেমিং।
২/ প্ৰাপ্তবয়স্ক মানুহৰ দেহত কিমান শতাংশ পানী পোৱা যায়?
উত্তৰ = ৫৭% ।
৩/ প্ৰাপ্তবয়স্ক মানুহৰ দেহত থকা হাড়ৰ সংখ্যা কিমান?
উত্তৰ = ২০৬ ডাল।
৪/ সাধাৰণতে মানুহৰ তেজৰ pH মাত্ৰা কিমান?
উত্তৰ = ৭.৩৫- ৭.৪৫ ।
৫/ গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰক কি?
উত্তৰ = বেক্টেৰিয়া।
৬/ গছৰ পাত সেউজীয়া হোৱাৰ কাৰকটোৰ নাম কি?
উত্তৰ = ক্লৰ'ফিল।
৭/ 'এইডছ' ৰোগৰ কাৰক কি?
উত্তৰ = ভাইৰাছ।
৮/ গ্লুক'জ দেহত কি হিচাপে সঞ্চিত হৈ থাকে?
উত্তৰ = গ্লাইক'জেন।
৯/ বিশ্ব এইডছ দিৱস কিমান তাৰিখে পালন কৰা হয়?
উত্তৰ = ১ ডিচেম্বৰ।
১০/ পদাৰ্থৰ চতুৰ্থ অৱস্থাটো কি?
উত্তৰ = প্লাজমা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ