২৬ ডিচেম্বৰ হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৬০ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/ আজিৰ দিনটোতে অসম সাহিত্য সভা প্ৰতিষ্ঠা।
২/ আজিৰ দিনটোতে ২০০৪ চনত দক্ষিণ-পূব এছিয়াত হোৱা প্ৰলয়ঙ্কাৰী ছুনামিত কমেও দহ হেজাৰ লোকৰ মৃত্যু।
৩/ আজিৰ দিনটোতে ১৭৯১ চনত কম্পিউটাৰৰ পিতৃ পুৰুষ চাৰ্লছ বেবেজৰ জন্ম হৈছিল।
৪/ আজিৰ দিনটোতে ১৮৯৩ চনত চীনৰ মাওবাদী বিপ্লবৰ নেতা মাও জে দঙৰ জন্ম হৈছিল।
৫/ আজিৰ দিনটোতে ১৮৯৯ চনত ভাৰতীয় স্বাধীনতা সংগ্ৰামী উধাম সিংৰ জন্ম হৈছিল।
৬/ আজিৰ দিনটোতে ১৯৮১ চনত ভাৰতীয় অভিনেত্ৰী, গায়িকা, নৃত্যশিল্পী, পৰিচালক আৰু প্ৰযোজক সাৱিত্ৰী গনেশানৰ মৃত্যু হৈছিল।
৭/ আজিৰ দিনটোতে ১৯৮৬ চনত ভাৰতীয় স্বাধীনতা সংগ্ৰামী বীণা দাসৰ মৃত্যু হৈছিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ