কাঁচিয়লি জোন— ৰাতুল চেতিয়া ফুকন

©Admin
0
অ' মোৰ কৃষ্ণা চতুৰ্দশীৰ 
কাঁচিয়লি জোন,
তই ক'ত হেৰুৱালি
পুৰ্ণিমাৰ সপোন ।
সদ্য বিবাহিতা গাভৰুৰ
কপালৰ জোন,
এতিয়া শেষ নিশাৰ আকাশৰ যেন
আইতাৰ ককাঁলৰ সাঁজোন। 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)