সৰুৰে পৰা বাপাই কষ্ট নাপাব বুলি মাকে মানুহৰ ঘৰত কাম কৰি দুবেলা দুমুঠি খাবলৈ যোগাৰ কৰি দিয়াৰ লগতেই এজন সু- নাগৰিক হ'বৰ বাবে পঢ়া- শুনাতো একো ক্ৰতি নাৰাখিলে। কিন্তু আজি সি ডাঙৰ অফিচাৰ হৈ বিদেশত থাকিবলৈ ল'লে আৰু কষ্ট কৰি ডাঙৰ- দীঘল কৰা সেই মাকক আজি বিদেশত লৈ যাবলৈ তাৰ বিৰক্তি লাগিছে।
✍️ সুস্মিতা দাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ