Home কবিতা-শিল্পী দাস হত্যা-শিল্পী দাস হত্যা-শিল্পী দাস person©Admin December 09, 2024 0 share গুলিয়াই নহয় তৰোৱালেৰে নহয়, ভালপোৱাৰ মায়াজালত আৱদ্ধ কৰিমোক হৃদয়ৰ পৰা কৰিছে হত্যা...।চোৰ নহয় পাগল নহয়ভালপোৱা ভিক্ষা মাগি প্ৰতিদানত পাইছোঁ দুহাত ভৰি আঘাতদায়ক শব্দৰ মালা,যি শব্দৰ মূল্য দিওঁতে মই নিজেই নিজকে কৰিছোঁ হত্যা। Tags কবিতা-শিল্পী দাস Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ