১/ তিনিটা আখৰৰ বস্তুটোক সকলোৱে পঢ়ে, প্ৰথমটো এৰি দিলে গৰম অনুভৱ কৰে?
উত্তৰ = কিতাপ।
২/ লোৰ দামুৰী কাঠৰ গাই, যিমান দিয়া সিমান খায়?
উত্তৰ = খুন্দনা।
৩/ কি পানীত মাছ নাই?
উত্তৰ = চকুৰ পানী।
৪/ শোষক বীৰৰ ভাই, মূৰ দুপিয়াই তেজ খাই?
উত্তৰ = তেজপিয়া।
৫/বাঘ হেন জপিয়াই, কুকুৰ হেন বহে?
উত্তৰ = ভেকুলী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ