সাঁথৰ 

©Admin
0
১/ গৰুৰ দৰে ঘাঁহ খায়, পক্ষীৰ দৰে উৰি যায়?
উত্তৰ = ফৰিং।

২/ কি পাতৰ আগ নাই?
উত্তৰ = টিনপাত। 

৩/ গছত সেউজীয়া হয়, বজাৰলৈ নিলে ক'লা হয়, খালে ৰঙা হয় কি?
উত্তৰ = চাহপাত। 

৪/ তিনিকোণীয়া মাজত খাল, ঘাৰত ধৰি মাৰিবলৈ ভাল?
উত্তৰ = জাকৈ।

৫/ গছৰ ওপৰত গুটি , গুটিৰ ওপৰত গছ, এইটো কি নিলাজৰ সঁচ?
উত্তৰ = আনাৰস।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)