উত্তৰ = মেৰী কম।
২/ কি খেল আগতে 'মিণ্টনেট' হিচাপে পৰিচিত আছিল?
উত্তৰ = ভলিবল।
৩/ ৰুভাৰছ কাপ কি খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ = ফুটবল।
৪/ এজৰা কাপ কি খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ = প'ল ( Polo)খেলৰ সৈতে জড়িত।
৫/ কি খেলত "মৌলনা আব্দুল কালাম আজাদ " ট্ৰফী দিয়া হয়?
উত্তৰ = আন্তঃ বিশ্ববিদ্যালয় খেলত।
৬/ আগাখান ট্ৰফী কি খেলৰ লগত জড়িত?
উত্তৰ = শো জাম্পিং ( Show Jumping)
৭/ আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাতীয় খেল কি?
উত্তৰ = বেচবল।
৮/ "ৰাইডাৰ কাপ " কি খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ = গলফ খেলৰ সৈতে জড়িত।
৯/ অলিম্পিক শিখাৰ প্ৰতীক কি?
উত্তৰ = ধাৰাবাহিকতা।
১০/ "ডেভিছ কাপ " কি খেলৰ সৈতে জড়িত?
উত্তৰ = লন টেনিছ খেলৰ সৈতে জড়িত।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ