উত্তৰ= ১৯৪৭ চনত।
২/ স্বৰাজোত্বৰ অসমৰ প্ৰথম বিধানসভা কিমান চনত গঠিত হৈছিল?
উত্তৰ = ১৯৫২ চনত।
৩/ অসম বিধানসভা নিৰ্বাচনত অনুসূচিত জাতিৰ বাবে কিমানখন আসন সংৰক্ষিত থাকে?
উত্তৰ = ৮ খন।
৪/ অসম বিধানসভা নিৰ্বাচনত অনুসূচিত জনজাতিৰ বাবে কিমানখন আসন সংৰক্ষিত থাকে?
উত্তৰ = ১৬ খন।
৫/ দেশৰ লোকসভালৈ অসমৰ পৰা কিমানগৰাকী সাংসদ নিৰ্বাচিত হয়?
উত্তৰ = ১৪ জন।
৬/দেশৰ ৰাজ্যসভালৈ অসমৰ পৰা কিমানজন সাংসদ নিৰ্বাচিত হয়?
উত্তৰ = ৭ জন।
৭/ লোকসভা আসনৰ কিমানখন আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হয়?
উত্তৰ = ১ খন।
৮/লোকসভা আসনৰ কিমানখন আসন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত থাকে?
উত্তৰ = ২খন।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ