ফুল হৈ সুগন্ধি বিলাবলৈ।
কাহিনীও নুফুলা ফুলৰ দৰে
ফুলি ৰʼলো মৰত!
সৰিলোঁ ফুলৰ দৰে নেদেখা বাটত
উভতি নহাৰ বাটে গ'ল গৈ জীৱনতো ,
ফুলৰ দৰে মৰহি ।
এক- দুই আনেক ফুলে
হাঁহি বিৰিঙাই জীৱনত ।
নাহে উভতি আৰু সেই ফুল
ফুলিব ন ফুল বিলাব নতুন সুবাস
জুৰিব নতুন জীৱন সুৰ !
নিদ্ৰাৰ কোলাহলৰ শীতল পাটীত
নিস্তব্ধ হৈ পৰি ৰʼব ,
এটি মাথোঁ কায়া।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ