সাধাৰণ জ্ঞান-কুইজ

©Admin
0
১/ভাৰতৰ "মিছাইল মেন" বুলি কাক জনা যায় ?
উত্তৰ -ড° এ পি জে আব্দুল কালাম
২/বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি কোন ?
উত্তৰ - দ্ৰৌপদী মুৰ্মু
৩/বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি কোন ?
উত্তৰ - জগদীপ ধনখৰ।
৪/বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী কোন ?
উত্তৰ -নৰেন্দ্ৰ  মোডী
৫/বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ কোন ?
উত্তৰ - ধনঞ্জয় যশৱন্ত চন্দ্ৰচুদ ।
৬/বৰ্তমান ভাৰতৰ লোকসভাৰ অধ্যক্ষ কোন ?
উত্তৰ -ওম বিৰলা
৭/বৰ্তমান ভাৰতৰ CDS কোন ?
উত্তৰ -অনিল চৌহান


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)