২৫ জানুৱাৰী - আজিৰ দিনটোৰ বিশেষত্ব

@admin
0
২৫ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫তম দিন। বছৰ শেষ হ'বলৈ ৩৪০ দিন (অধিবৰ্ষত ৩৪১ দিন) বাকী থাকে।

উল্লেখযোগ্য ঘটনা
১৭৫৫ - মস্কো বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়।
১৮৮১ - টমাছ আলভা এডিচন আৰু আলেকজেণ্ডাৰ গ্ৰেহাম বেলে "Oriental Telephone Company" প্ৰতিষ্ঠা কৰে।
১৯১৮ - বলচেভিক ৰাছিয়াৰ পৰা ইউক্ৰেইনে স্বাধীনতা ঘোষণা কৰে।
১৯৪৯ - এমী পুৰস্কাৰৰ আৰম্ভণি কৰা হয়।
১৯৮০ - মাদাৰ টেৰেছাক "ভাৰত ৰত্ন" প্ৰদান কৰা হয়।
২০০৫ - মহাৰাষ্ট্ৰৰ মহাদেৱী মন্দিৰত ভক্তৰ ভিৰৰ বাবে হোৱা দৌৰা-দৌৰিত প্ৰায় ২৫৮জন লোকৰ মৃত্যু হয়।
জন্ম
১৮৬২ - ৰমাবাঈ ৰানডে, ভাৰতীয় সমাজকৰ্মী।
১৯৪২ - ইউজেবিউ, পৰ্তুগীজ ফুটবলাৰ।
১৯৫৮ - কবিতা কৃষ্ণমূৰ্তি, ভাৰতীয় নেপথ্য আৰু শাস্ত্ৰীয় কণ্ঠশিল্পী।
১৯৭৮ - লাইলা ট্ৰেটিক'ভ, ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ কাৰ্যবাহী সঞ্চালক।
মৃত্যু
১৭৪২ - এডমাণ্ড হেলি, ইংৰাজী জ্যেতিৰ্বিদ, ভূ-পদাৰ্থবিদ, গণিতজ্ঞ, বতৰ বিজ্ঞানী আৰু পদাৰ্থ বিজ্ঞানী।
১৯২৪ - ৰমাবাঈ ৰানডে, ভাৰতীয় সমাজকৰ্মী।
১৯৫৪ - মানবেন্দ্ৰ নাথ ৰয়, আন্তৰ্জাতিক কমিউনিষ্ট আন্দোলনৰ নেতা।
২০০২ - অমূল্য কাকতি, অসমীয়া নাট্যকাৰ, চিত্ৰনাট্য লেখক, অভিনেতা আৰু প্ৰযোজক।
২০১৯ - কৃষ্ণা সোব্‌তি, ভাৰতীয় হিন্দী ভাষাৰ সাহিত্যিক তথা প্ৰবন্ধকাৰ।
দিৱস
ৰাষ্ট্ৰীয় মতদাতা দিৱস (ভাৰত)।
ৰাষ্ট্ৰীয় আৰক্ষী দিৱস (ইজিপ্ত)।
ৰাষ্ট্ৰীয় পৰ্যটন দিৱস (ভাৰত)।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)