Home কবিতা এটা লেকাম নথকা ঘোঁৰা••অজয় ডেকা এটা লেকাম নথকা ঘোঁৰা••অজয় ডেকা person@admin January 25, 2025 0 share এটা বাঘজৰী নথকা ঘোঁৰাসিৰাই সিৰাই দৌৰিছেআকাশে নৃত্য নাটিকা সামৰি পৰ্দা তৰি দিয়াতজোনটো ওলাই পুখুৰী পানীতপিছলি পৰোতেইমদাৰৰ জুইকুৰা নুমাল আৰুধোৱা বোৰে পোনে পোনে গৈ ফুলক চুমা খালে এটা লেকাম নথকা ঘোঁৰাসিৰাই সিৰাই দৌৰিছে দৌৰিছে আকৌ Tags অজয় ডেকাকবিতা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ