: মইনা, পানী এগিলাচ আনছোন।
মইনাই হাতত এগিলাচ পানী আনি দেউতালৈ আগবঢ়াই দিলে। সি দেখিলে দেউতাকৰ হাতখনত অ'ত-ত'ত ঘাঁ লাগি আছে । লেম্পটোৰ চকা মকা পোহৰত দেউতাকৰ ৰ'দে পোৰা সোঁতোৰা মুখখন দেখি তাৰ হিয়া কান্দি উঠিল।
সি পণ ল'লে এদিন সিও দেউতাকক দৰিদ্ৰতাৰ শিকলি ছিঙি অভিজাত্যৰ মুকলি আকাশত উৰুৱাব।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ