নিসংকোচে মোৰ দুবাহুত ল'লাঢ়ি ঠাই
সপোনৰ পৰী হয়
সপোনত দোলাদি ল'লাহি ঠাই
ভুল কৰিলোঁ সপোনতে মই
তুমি বুলি ধৰিলোঁ শিতানৰ গাৰু সাৱটি……!
নিশা গভীৰতা মাজেৰে আন্ধাৰত উজুটি খাও
উমান বিচাৰোঁ তোমাৰ
হীম চেঁচা শীতল হাতৰ পৰশ
আউসী আন্ধাৰে দিয়েহি দুখৰ খবৰ……
তুমিয়ে সপোনৰহে শেষ সমাধি……
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ