মই ৰয় আছো।
বুকুত হেজাৰ সপোন,
অজুত আশালৈ
এক অজান ঠিকনাত
মই জানো তুমি আহিবাই !
কিন্তু......
বহু বসন্ত উকলিল তোমাৰ অপেক্ষাত
তুমি নাহায়েই নাহা ।
তুমি জানো আহিবা সঁচাই ?
মই ৰয় আছো,
বুকুত হেজাৰ সপোন,
অজুত আশালৈ
এক অজান ঠিকনাত।
তুমি আহিবা --নাৰায়ণ গোঁড়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ