সময় - কামনা বৰুৱা কলিতা

©Admin
0
বীজানুৰে ভাৰাক্ৰান্ত 
এটি 
এটি 
পল...
প্ৰতিটো প্ৰান্ত..!!

হৃদয় অঘোষিত
যাত্ৰা এটি
সেউজ 
বিহীন ...
অবিৰত..!!

প্ৰণয় ৰহিত
অনু 
অনু 
পল
উদ্ ভ্ৰান্ত..!!

দশোদিশ যেন
অমানৱীয়
নিলাজ
বিবেক বিহীন
অমানুষিক 
অশান্ত...!!

   ✍️কামনা বৰুৱা কলিতা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)