মা

Rinku Rajowar
0
মা মানে হ'ল এনে এগৰাকী নাৰী।

যি গৰাকীয়ে নিজৰ সৰ্বশ্ব জ্বলাঞ্জলী দিয়ে।

সন্তানৰ সুখৰ বাবে।

ভিতৰি ভিতৰি যিমানেই দুখত নাথাকক লাগিলে,সদায় মুখত হাঁহি লৈ থকা গৰাকীয়েই হ'ল মা।

সন্তানৰ সুখ-দুখ সকলো সময়তে ছাঁৰ দৰে থাকি ওঠত হাঁহি জিলিকনি তোলা  গৰাকীয়েই মা নহয় জানো?

কিন্তু আমি কেতিয়াবা কোনোবাই কৰিচোনে উপলব্ধি।

সেই মাতৃ গৰাকীৰ ত্যাগ কিমান অপাৰ।

সেই মা শব্দটোৰ অবিহনে আমাৰ জীৱন কিমান অন্ধকাৰ।

সুধিছোনে যে তেঁও আমাৰ পৰা কি বিছাৰে।

নিঃস্বাৰ্থ ভাৱে মৰম কৰা গৰাকীয়েই হ'ল মা।

তেঁও বিছাৰে একমাত্ৰ আমাৰ পৰা,মৰম,ভাল পোৱা আৰু আমি জীৱনত সদায় সুকলমে আগবাঢ়ি যোৱাটো।

বিছাৰে মাথো আৱেগৰ এষাৰী মৰম সনা মাত।

আৰু আমি জীৱনত কুশলে থকাটো।


মা লৈ বুলি একাজলি মৰম।

🔰দীপাঙ্কৰ লাহন(গহপুৰ)


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)