সম্পাদনা‌ সমিতি




মুখ্য উপদেষ্টা

সৌৰভ কুমাৰ বৰুৱা 


কবি-সাহিত্যিক, চিকিৎসক, প্ৰভাৰী-হোমিও স্বাস্থ্য সেৱা বিভাগ, মঙ্গলবোধ জাগৰণ কেন্দ্ৰ, উঃ লখিমপুৰ । ডঃ ভূপেন হাজৰিকা বৰ লুইত বঁটা, ২০১৮ প্ৰাপ্তক শংকৰ-আজান সাহিত্য বঁটা-২০১৯ প্ৰাপ্তক ।



প্ৰাক্তন সহযোগী সম্পাদক, প্ৰাক্তন উপদেষ্টা সম্পাদক- "সাপ্তাহিক লখিমী" ।

উপদেষ্টা

ড° কুঞ্জলতা গগৈ



প্ৰবক্তা, বি এছ চি নাৰ্ছিং কলেজ ডিব্ৰুগড়



ৰাপ - সংগীত, কবিতা, পেইণ্টিং প্ৰকাশিত কাব্য গ্ৰন্থ - "এজাক জোনাকী নামে" 



পত্ৰিকা সম্পাদক - "চেতনা", ডিব্ৰুগড় জিলা কবি সন্মিলন ।বঁটা - "বিশিষ্টা গীতি কবি"- ২০২০ডঃ মামণি ৰয়ছম গোস্বামী এচিভমেণ্ট এৱাৰ্ড,



সদৌ অসম সাংস্কৃতিক সমন্বয় সন্থা ।বিশাৰদ - হিন্দুস্তানী শাস্ত্ৰীয় কণ্ঠ সংগীত ( ভাটখাণ্ডে সংগীত পৰিষদ)



বিশাৰদ- সত্ৰীয়া গায়ন (বৰগীত)- সত্ৰীয়া একাডেমী (যোৰহাট) ।

উপদেষ্টা

জিতেন চেতিয়া


নাহৰকটীয়া ( চাচনি )

জিলাঃ ডিব্ৰুগড় , অসম

বৃত্তিঃ কৃষক 

বৰ্তমান সদৌ অসম কবি সন্মিলনৰ কৰ্মশালা উপসমিতি সদস্য ৷



উপদেষ্টা

হেমেন হাজৰিকা


সহ : শিক্ষক


ঠিকনাঃ মিৰ্জা,কামৰূপ 


বঁটা :  কবি কল্পদ্ৰুম ২০০৬

( সদস্য ভিত্তিক দুমহীয়া 

           কাব্যালোচনী )

কাব্য শ্ৰী সন্মান ২০০৯ শ্বাশ্বত কবি চক্ৰ 


সম্পাদনা  প্ৰেৰণা তিনিমহীয়া আলোচনী এতিয়া মৃত(মুখ্য সম্পাদক) 

সৰস  মাহেকীয়া আলোচনী ( কাৰ্যবাহী সম্পাদক ) এতিয়া মৃত বৰদৈচিলা ছমহীয়া আলোচনী,সহযোগী সম্পাদক এতিয়া মৃত



মুখ্য সম্পাদক 

ৰিংকু ৰাজোৱাৰ 


প্ৰাক্তন ছাত্ৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টিয়ক,যোৰহাট 

প্ৰাক্তন কৰ্মচাৰী বন্ধন বেংক প্ৰাইভেট লিমিটেড , ফিউজন মাইক্ৰফাইনেঞ্চ, ইকম এক্সপ্ৰেছ প্ৰাইভেট লিমিটেড



অন্যান্য পেছা- ৱেব ডেভ্লপাৰ ,ৱেব ডিজাইনাৰ,ব্লগাৰ,গ্ৰাৰ্ফিক্স ডিজাইনাৰ,ভিডিঅ এডিটৰ 


শিক্ষাঃ

উচ্চতৰ মাধ্যমিক,চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়

কাৰিকৰী শিক্ষা, ইনষ্টিটিউট অৱ টেকন'লজী যোৰহাট 


ঠিকনা-টিয়ক যোৰহাট (অসম)

সম্পাদক

কুঁহিস্মিতা বৰা 

ছাত্ৰী- বুৰঞ্জী বিভাগ, যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়, বোকাখাত। 


ৰাপ- গ্ৰন্থ অধ্যয়ন, সাহিত্য চৰ্চা  আৰু শাস্ত্ৰীয় নৃত্যৰ সাধনা ।  বিশাৰদ- সত্ৰীয়া নৃত্য ( সত্ৰীয়া একাডেমি, যোৰহাট)।

সংশোধক

জয়াশ্ৰী বৰ্মন


ছাত্ৰী অসমীয়া বিষয়ত স্নাতকোত্তৰ । 

ঠিকনা-বৰপেটা



সহঃ সম্পাদক



অনামিকা গোৱালা 


শিৱসাগৰ জিলাৰ অন্তৰ্গত ৰাজমাই চাহ বাগিছাৰ বাসিন্দা ৷ অসমীয়া বিষয়ত স্নাতকোত্তৰ ৷ বৰ্তমান দুখন চিত্ৰাংকন বিদ্যালয়ত কৰ্মৰত ৷

সংশোধক

সুশান্ত দাস


দশম শ্ৰেণীৰ ছাত্ৰ 


ঠিকনা: বলীয়াঘাট তিনিআলি, গৌৰীসাগৰ।। জিলা: শিৱসাগৰ

মুখ্য সংশোধক  

নিখিতা দাস


উচ্চতৰ মাধ্যমিক ২য় বৰ্ষৰ ছাত্ৰী ,জাগীৰোড মহাবিদ্যালয় ।

ব্যৱস্থাপনা সম্পাদক


হিমাদ্ৰী দাস 


ছাত্ৰী,তেজপুৰ মহাবিদ্যালয়,

ঐচ্ছিক অসমীয়া বিভাগ,

তেজপুৰ ,

উদীয়মান শিল্পী ।

সহঃ সম্পাদক

অদিতী তাঁতী


কবি , শিৱসাগৰ সাহিত্য সমাজৰ জিলা সমিতিৰ উপদেষ্টা, শব্দ সাকোঁ ই আলোচনীৰ প্ৰচাৰ বিভাগৰ সম্পাদক ।

সংশোধক

প্ৰতীক্ষা বৰুৱা

                    

ঠিকনা :বোকাখাত                          শিক্ষা :স্নাতকোত্তৰ (অসমীয়া বিভাগ )জগন্নাথ বেজবৰুৱা মহাবিদ্যালয়।

ব্যৱস্থাপনা সম্পাদক

পৰিষ্মিতা তালুকদাৰ


স্নাতক মহলাৰ ছাত্ৰী  সন্মানীয় বিষয়- দৰ্শন কামৰূপ মহাবিদ্যালয়,


কম্পিউটাৰ শিক্ষয়িত্ৰী  



    

ব্যৱস্থাপনা বিভাগৰ সদস্যা

পংখী মৰাণ


উইমেনজ্ কলেজ তিনিচুকীয়া,শিক্ষা বিভাগ

স্নাতক তৃতীয় ষাণ্মাসিক 

তিনিচুকীয়া জিলা

কবিতা, উপন্যাস লিখি আৰু পঢ়ি ভাল পাওঁ

সমাজৰ বাবে কাম কৰিব বিচাৰো লগতে অসমৰ প্ৰথমটো ডিজিটেল ৰেডিঅ'ষ্টেচন ৰেডিঅ' ৰ'দালিৰ সদস্য

সংশোধক

ডিম্পী বৰা


দ্বিতীয় ষান্মাসিক অসমীয়া বিভাগৰ ছাত্ৰী জে.ডি.এচ.জি.মহাবিদ্যালয়, বোকাখাত

প্ৰচাৰক 

দিপালী তচা


শিক্ষা: স্নাতক ৩য় বৰ্ষ 

ছয়দুৱাৰ মহাবিদ্যালয়


গান গাই ভাল পাওঁ আৰু কিতাপ পঢ়ো আজৰি সময়ত ।

ঠিকনা : গহপুৰ, বিশ্বনাথ

প্ৰচাৰক 

হুমায়ুন কবিৰ


ঠিকনাঃকামৰূপ (গ্ৰাম্য)

শিক্ষানুষ্ঠান: ছমৰীয়া আঞ্চলিক মহাবিদ্যালয় (তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ)


ব্যৱস্থাপনা বিভাগৰ সদস্যা

 

দিপশিখা ৰাজকোঁৱৰ


একাদশ শ্ৰেণী

কলাকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়।

প্ৰিয় কামঃ  গ্ৰন্থ অধ্যয়ন,

কবিতা, প্ৰবন্ধ, আদি লিখা


ঠিকনাঃ দুলীয়াজান


মুখ্য সংশোধক 

প্ৰতিভা ফুকন 


৫ ম ষাণ্মাসিকৰ ছাত্ৰী অসমীয়া বিভাগ, আমগুৰি মহাবিদ্যালয় । 


ঠিকনা- যোৰহাট

সহঃ সম্পাদক


হিমাশ্ৰী বৰা 


দ্বাদশ শ্ৰেণী

ৱিমেনজ কলেজ , তিনিচুকীয়া

ৰাপ - সাহিত্য চৰ্চা , আবৃত্তি , সংগীত , কিতাপ পঢ়া । 

ঠিকনা - বাহাদুৰ চাৰিআলি , তিনিচুকীয়া 

ব্যৱস্থাপনা বিভাগৰ সদস্যা

মিনাক্ষী বৰ্মন 


ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী,কামৰূপ মহাবিদ্যালয়, চামতা ৷ 


ঠিকনা - নলবাৰী ৷

ব্যৱস্থাপনা বিভাগৰ সদস্যা

কংকনা ডেকা


ৰাজনীতি বিজ্ঞান বিভাগ, তৃতীয় ষাণ্মাসিক, কামৰূপ মহাবিদ্যালয় চামতা


   সাহিত্য মোৰ প্ৰিয়, বিভিন্ন ধৰণৰ গ্ৰন্থ, কবিতা, উপন্যাস পঢ়াৰ ৰ লগতে কবিতা লিখি ভাল পাওঁ।

মুখ্য সংশোধক  

মৈত্ৰী দাস


জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰী

ঠিকনাঃ চাৰিং,শিৱসাগৰ


তৰ্ককলা,চিত্ৰ,আবৃত্তি,নাটক,সাহিত্য চৰ্চাৰ লগত জড়িত।

সামাজিক মাধ্যম নিয়ন্ত্রণ বিভাগৰ সদস্য

সেখ মনিৰুজ জামান

 

প্ৰথম ষাণ্মাসিকৰ পদাৰ্থবিজ্ঞানৰ অধ্যয়নৰত ছাত্ৰ ( গোৱালপাৰা কলেজ , গোৱালপাৰা ) । আৰু লগতে A. J. K. A. ( GOALPARA ) আৰু A. A. R. O. [ GOALPARA ] নামৰ NGO দুটাৰ লগত জড়িত ।


ঠিকনাঃ গোৱালপাৰা

প্ৰচাৰক

পল মৰাং


প্ৰথম ষাণ্মাসিক অসমীয়া বিভাগৰ ছাত্ৰ জে.ডি.এছ.জি. মহাবিদ্যালয়,বোকাখাট


ঠিকনা-বোকাখাত,

গোলাঘাট

সামাজিক মাধ্যম নিয়ন্ত্রণ বিভাগৰ সদস্যা 

বিজেতা দাস 


ছাত্ৰী প্ৰথম ষাণ্মাসিক, খোৱাং মহাবিদ্যালয়,


ৰাপ -কবিতা লিখা,  আবৃত্তি কৰা,কিতাপ পঢ়া


ঠিকনা -ডিব্ৰুগড়

পৰিচালিকা

সামাজিক মাধ্যম নিয়ন্ত্রণ বিভাগৰ সদস্যা 

ধৃতাশ্ৰী বৰ্মন


কামৰূপ মহাবিদ্যালয়ৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰী,দৰ্শন বিভাগ

ৰাপ:চিত্র অংকন, নৃত্য

ঠিকনা:কৈঠালকুছী,

নলবাৰী

সংশোধক

পৰিতৃষ্ণা হাজৰিকা


নৱম শ্ৰেণীৰ ছাত্ৰী,খʼৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়,লখিমপুৰ।             ৰাপ- সাহিত্য চৰ্চা।



মুখ্য সংশোধক 

শাশ্বতী প্ৰিয়দৰ্শিনী


কটন বিশ্ববিদ্যালয়ৰ অন্তৰ্গত নৃতত্ত্ব বিভাগৰ স্নাতক ৩য় বৰ্ষৰ ছাত্ৰী।

ঠিকনা-বোকাখাত

মুখ্য প্ৰচাৰক 

চিন্ময় ডেকা 


ঠিকনাঃ ওডালগুৰি জিলা (টংলা)


টংলা মহাবিদ্যালয়, টংলা (পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ) 


সাহিত্যৰ প্ৰেমী,গল্পকাৰ, কবি, তথা প্ৰববন্ধকাৰ,জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ টংলা আঞ্চলিকৰ সদস্য।

ৰিপ'ৰ্টাৰ তথা সংবাদ কৰ্মী (অসাম ফকাছ, NE Express24,গণস্তম্ভ কাকত........)

প্ৰচাৰক

শ্যামল বৰা



গৱেষক ছাত্ৰ, কটন বিশ্ববিদ্যালয়

প্ৰচাৰক

শচীন কুর্মী


স্নাতকোত্তৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়

ঠিকনা- চৰাইদেও

সম্পাদনা- শিৰীষ(২০১৮)

মুখ্য সংশোধক 

সন্ধ্যাৰাণী বুঢ়াগোহাঁই 


ৰাজনীতি বিজ্ঞান বিভাগৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰী, চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় ,টীয়ক‌।


ঠিকনা -টীয়ক ,যোৰহাট 


সাহিত্যৰ লগত জড়িত বিভিন্ন কাৰ্যত অংশগ্ৰহণ কৰি, বিভিন্ন ধৰণৰ অধ্যয়ন কৰি , লিখি ভালপাওঁ ।

মুখ্য সংশোধক 

দীপ্তি কুমাৰ 


ছাত্ৰী ইংৰাজী বিভাগৰ তৃতীয় ষাণ্মাসিক, ছিপাঝাৰ মহাবিদ্যালয়


সামাজিক মাধ্যম নিয়ন্ত্ৰন বিভাগৰ সদস্যা 

মনিষা কিষান


মৰাণ মহিলা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী।

ঠিকনা-খুমটাই চাহ বাগিছা।

মৰাণ হাট ।

ৰাপ- সাহিত্য চৰ্চা, আবৃত্তি।





 







সংশোধক 

নীহাৰিকা শৰ্মা                  ছাত্ৰী, জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয় ।                      সংস্কৃত বিভাগ, শিৱসাগৰ ।                            সংস্কৃত ভাৰতী শিৱসাগৰ জিলা ৰ কৰ্মকর্তা ।                                           ঘৰ- নতুন লোণপুৰীয়া, নামতি, শিৱসাগৰ ।                                        আবৃত্তি আৰু কবিতা, গল্প লিখাৰ লগত জড়িত ।

প্ৰচাৰক

অনুজ বৰা


উওৰ লখিমপুৰৰ জিনিয়াচ একাডেমীৰ একাদশ শ্ৰেণীৰ ক'লা শাখাৰ ছাএ। 

ৰাপ- অভিনয়।

ঠিকনা - ঘিলামৰা, উত্তৰ লখিমপুৰ (অসম)


সংশোধক 

সবিতা দাস

জন্মস্থান: কামৰূপ(গ্ৰাম্য) জিলাৰ মিৰ্জা।

শিক্ষা:- ২০১৭চনত  দক্ষিণ কামৰূপ মহাবিদ্যালয়,মিৰ্জাৰ  পৰা অসমীয়া বিষয়ত স্নাতক আৰু  ২০১৯ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ (বিশ্ববিদ্যালয়-গুৱাহাটী বিশ্ববিদ্যালয়)।













প্ৰচাৰক

লক্ষ্য জিৎ বৰা

ঠিকনা: বৰবালি লক্ষীমপুৰ

শিক্ষা: স্নাতক ভেষজ বিজ্ঞান বিভাগ  (Bachelor of pharmaceutical sciences) অসম ডাউন টাউন বিশ্ববিদ্যালয়

ৰাপ: কবিতা লিখা, অভিনয় , বাদ্য যন্ত্ৰ বজোৱা ( তবলা, খোল, ঢোল)




সংশোধক- কাশ্মিৰি মানকি, যোৰহাট 

প্ৰচাৰক 

ইমান হুছেইন 


সদস্য-সদস্যা 


১) তন্ময়ী দাস

২) মেঘালী বৰুৱা

৩) কাকলি বৰ্মন

৪) লভিতা চহৰীয়া

৫) অনিল বৰ্মন

৬) নিতিশা খাউণ্ড 




প্ৰাক্তন বিষয়ববীয়া সকলঃ 


১) ৰিংকিমনি নাথ ( প্ৰাক্তন সংশোধক)

২) প্ৰিয়াংকী বৰুৱা (প্ৰাক্তন সংশোধক)

৩) দিপাংকৰ লাহন (প্ৰাক্তন প্ৰচাৰক )

৪) শুভাংশী নেওগ (প্ৰাক্তন সামাজিক মাধ্যম নিয়ন্ত্রণ বিভাগৰ সদস্যা )

৫) স্বস্তিকা শইকীয়া (প্ৰাক্তন সামাজিক মাধ্যম নিয়ন্ত্রণ বিভাগৰ সদস্যা )

৬) মীনা পামে গাম (প্ৰাক্তন উপদেষ্টা )

৭) ৰিন্টু কুৰ্মী (প্ৰাক্তন প্ৰতিষ্ঠাপক সহঃসম্পাদক )

৮) দীপাৱলী কুৰ্মি (প্ৰাক্তন সম্পাদক )

৯) দুলাল ৰবিদাস ( প্ৰাক্তন প্ৰতিষ্ঠাপক পৰিকল্পক )

১০) প্ৰজ্ঞা দেৱী ভূঞা ( প্ৰাক্তন সহঃ সম্পাদক)

১১) বৰষা ঠাকুৰ (প্ৰাক্তন সামাজিক মাধ্যম নিয়ন্ত্রণ বিভাগৰ সদস্যা )

১২)লখীন্দ্ৰ গগৈ ( প্ৰাক্তন প্ৰচাৰক )

১৩) প্ৰাৰ্থনা সন্দিকৈ (প্ৰাক্তন সম্পাদক )



ৱেবছাইট

www.axomiyahahitiyarsaneki.com

ইমেইল 

axomiyahahitiyarsaneki@gmail.com


যোগাযোগ-৮৬৩৮৮২৬৮৩৩




Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send