An attempt to preserve the Assamese language and literature as well as to give recognition to all the writers in the world of internet (Digital Media) . Come forward and cooperate us in giving your creativity a proper place in this world.
Thanks for visiting
Contact us
Email id- axomiyahahitiyarsaneki@gmail.com
WhatsApp - 8638826833
Website - www.axomiyahahitiyarsaneki.com
ISBN 978-81-956249-1-1
registration no AS-15-0002373
অসমীয়া সাহিত্যৰ চানেকি হৈছে অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম একমাত্র অসমীয়া দৈনিক ৱেব আলোচনী । অসমীয়া ভাষা সাহিত্যৰ সংৰক্ষণ কৰাৰ লগতে ন- পুৰণি সাহিত্যিক সকলক জনসংযোগ (ইন্টাৰনেট) জগতত উচিত স্বীকৃতি দিয়াৰ উদ্দেশ্যে আগত ৰাখি ২০২০ চনৰ ০১ জানুৱাৰী তাৰিখৰ পৰা প্ৰতিষ্ঠাপক সম্পাদক ৰিংকু ৰাজোৱাৰৰ সম্পাদনাত প্ৰকাশ কৰা হৈছে । আলোচনীখনৰ আৰম্ভণিৰ আঁৰৰ ব্যক্তিসকলক হৈছে ক্ৰমে ৰিংকু ৰাজোৱাৰ ,ৰিন্টু কুৰ্মী আৰু দুলাল ৰবিদাস । আলোচনীখনে অসম তথা ভাৰবৰ্ষৰ লগতে বিদেশত বসবাস কৰা অসমীয়া ন-পুৰণি লেখক-লেখিকা ও পাঠকৰ বিপুল সঁহাৰিত চাৰিটা বছৰ ইতিমধ্যে সম্পূৰ্ন কৰিছে । তিনিটা বছৰত প্ৰায় ১৭০০ গৰাকীতকৈও অধিক লেখক লেখিকাৰ গল্প,উপন্যাস,প্ৰবন্ধ,কবিতাকে আদি কৰি মুঠ প্ৰায় ১০,০০০ ৰো অধিক লেখা প্ৰকাশ কৰিবলৈ সক্ষম হৈছে ।
সচাকৈ বহুত বহুত ভাল লাগিছে।
ReplyDelete