আপোনাৰ লেখা আমালৈ প্ৰেৰণ কৰক

অসমীয়া সাহিত্যৰ চানেকি দৈনিক ই-আলোচনীলৈ লেখা প্ৰেৰণৰ নিয়মাৱলীসমূহ-

১) লেখাসমূহ শুদ্ধকৈ অসমীয়া ভাষাত লিখিব লাগিব।

২) লেখাসমূহৰ তলত নিজৰ  নাম আৰু লেখকৰ পৰিচয়টো চমুকৈ লিখি দিব।

৩) লেখাটোৰ ওপৰত শিতান আৰু শিৰোনাম লিখি দিব ।

৪)লেখাটো লিখোতে কোনো ধৰণৰ ইম'জি ব্যৱহাৰ কৰিব নোৱাৰিব ।

৫) প্ৰকাশক মণ্ডলীক লেখা প্ৰকাশৰ ক্ষেত্ৰত (লেখা কিয় প্ৰকাশ হোৱা নাই? ইমান দিনৰ মূৰত কিয় প্ৰকাশ পাইছে ইত্যাদি) কোনোধৰণৰ প্ৰশ্ন প্ৰশ্ন কৰিব নোৱাৰিব । 

৬)এবাৰত এটাহে লেখা দিব পাৰিব যেতিয়ালৈকে আগৰ লেখাতো প্ৰকাশ নহয় তেতিয়ালৈকে অন্য লেখা দিব নোৱাৰিব ।

৭) লেখা সমূহ প্ৰকাশৰ পাছত নিয়মীয়াকৈ "অসমীয়া সাহিত্যৰ চানেকিৰ" ফেচবুক পৃষ্ঠাত পষ্ট কৰা হয় । আপোনাৰ লেখাটো প্ৰকাশ পাইছে নে জানিবলৈ অসমীয়া সাহিত্যৰ চানেকিৰ ফেচবুক পৃষ্ঠাটি অনুসৰণ কৰক 👉https://www.facebook.com/axomiyahahitiyarsaneki/


লেখা প্ৰেৰণৰ বাবে তিনিটা পদ্ধতি ব্যৱহাৰ কৰিব পাৰিব । আপোনাৰ সুবিধা অনুযায়ী আপুনি আমালৈ লেখা প্রেৰণ কৰিব ।

১) হোৱাটচএপৰ যোগেদি আপুনি আমালৈ লেখা প্রেৰণ কৰিব পাৰিব আমাৰ হোৱাটচএপ নম্বৰ হৈছে 8638826833

২) ইমেইলৰ যোগেদি আপুনি আমালৈ লেখা প্রেৰণ কৰিব পাৰিব । আমাৰ ইমেইল আইডি হৈছে axomiyahahitiyarsaneki@gmail.com

 ৩) তলত দিয়া from খনৰ যোগেদি আপুনি আমালৈ লেখা প্রেৰণ কৰিব পাৰিব ।


নাম *

ফোন নং *

( প্ৰেৰণ কৰক )

Comments

  1. ডায়েৰীত আবদ্ধ ভাৱনাবোৰ প্ৰকাশ কৰাৰ এটা মাধ্যম দিয়াৰ বাবে অশেষ ধন্যবাদ

    ReplyDelete

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send