বোকা-লোহিত শৰ্মা

ৰ'দে ধোৱা বতাহ, ধুলিময় পৃথিৱীখন!
বোকাৰে লুটুৰি-পুতুৰি জীৱন নিৰ্বাহ :
 নদী নাৰীও বোকাৰ গভীৰতাত স্নানাকান্ত !
অভিশপ্ত হৈ পৰিছে ,ঈষৰসৃষ্টিৰ হিৰণময়ী কলাজৰ ৰং তুলিকা -----
বিশ্বাস-অবিশ্বাস দোমোজাৰ আলিদুবৰী !!
 

Post a Comment

Previous Post Next Post