Homeকবিতা বোকা-লোহিত শৰ্মা January 29, 2022 0 ৰ'দে ধোৱা বতাহ, ধুলিময় পৃথিৱীখন!বোকাৰে লুটুৰি-পুতুৰি জীৱন নিৰ্বাহ : নদী নাৰীও বোকাৰ গভীৰতাত স্নানাকান্ত !অভিশপ্ত হৈ পৰিছে ,ঈষৰসৃষ্টিৰ হিৰণময়ী কলাজৰ ৰং তুলিকা -----বিশ্বাস-অবিশ্বাস দোমোজাৰ আলিদুবৰী !! Tags: কবিতা লোহিত শৰ্মা