সাধাৰণ জ্ঞান -General Knowledge

Rinku Rajowar
0
১) প্ৰশ্ন : ভাৰতৰ কোন বিধ পক্ষীক পৃথিৱীৰ সংৰক্ষিত পক্ষীৰ তালিকাত অন্তৰ্ভূক্ত কৰিছে?

উত্তৰ : শগুণ।

২) প্ৰশ্ন : কোন খন দেশে প্ৰথমে উপগ্ৰহ উৎক্ষেপণ কৰিছিল?

উত্তৰ : ৰাছিয়া।

৩) প্ৰশ্ন : ‘অস্কাৰ’ বঁটা কিহৰ লগত জড়িত?

উত্তৰ : চলচ্চিত্ৰ।

৪) প্ৰশ্ন : কোনটো সামৰিক মিত্ৰগোষ্ঠী?

উত্তৰ : NATO।

৫) প্ৰশ্ন : কোনে চণ্ডীগৰ আৰ্হি প্ৰস্তুত কৰিছিল?

উত্তৰ : লী ক’ৰবুচিয়াৰ।

 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)