আস্থা -অনন্ত কুমাৰ ভূঞা

0
নদীয়ে জিৰাই সাগৰত
খেঁ‌ৰকুটা সাৱতে বিপদত 
সদ্ভাৱনাৰ বান্ধোন আপোন 
আস্থাই বিশ্বাস জগায় 
বন্ধুত্বৰ বান্ধোন সজাগ 
উৎসাহত বলে সজীৱ বতাহ
অবিশ্বাস নিয়ে উৰুৱাই ।

✍️অনন্ত কুমাৰ ভূঞা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)